এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিছে কণ্ঠশিল্পীগৰাকীৰ

01

rijit গুৱাহাটীত উপস্থিত বলীউদৰ কণ্ঠশিল্পী অৰিজিৎ সিং। এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিছে কণ্ঠশিল্পীগৰাকীৰ।

02

 ইণ্ডিগ’ বিমানযোগে গুৱাহাটীত উপস্থতি হয় কণ্ঠশিল্পীগৰাকী। অৰিজিৎ সিঙক কাষৰ পৰা এবাৰ চাবলৈ বিমানবন্দৰত ভিৰ কৰে অনুৰাগীসকলে।

03

 আজি নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব অৰিজিতৰ সংগীতানুষ্ঠান।

04

 ইফালে, পত্নীক বিচাৰি বৰঝাৰ বিমানবন্দৰত হাহাকাৰ অৰিজিৎ সিঙৰ। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত গাড়ীত উঠিও নামি আহিল অৰিজিৎ সিং।

05

 ভিৰৰ মাজত হেৰাই গৈছিল পত্নী। গাড়ীৰ পৰা নামি আহি পত্নীক বিচাৰি ফুৰা দেখা গ’ল অৰিজিৎ সিঙক।

06

 পত্নীক বিচাৰি পোৱাত পুনৰ গাড়ীত উঠি গন্তব্য স্থানলৈ ৰাওনা হয় বলীউদৰ শিল্পীগৰাকী।